অসমৰ চহকী বাঁও-গণতান্ত্ৰিক সমাজ-চিন্তাৰ পৰম্পৰাটো শেহতীয়া বছৰসমূহত যিধৰণে নিস্তৰংগ, একঘেয়ে তথা সংকীৰ্ণ হৈ পৰিছে তাৰ তাত্ত্বিক-ৰাজনৈতিক কাৰণসমূহ বিশ্লেষণ কৰাটো অতিকে জৰুৰী হৈ পৰিছে। সমাজ-চিন্তাৰ মাজত যিটো বস্তুৰ আটাইতকৈ অভাৱ পৰিলক্ষিত হৈছে সেইটো হ’ল – সমাজবিজ্ঞান। কিন্তু অসমৰ আত্মতুষ্টিপূৰ্ণ বৌদ্ধিক পৰিসৰৰ…