Blog Archives

‘পি কে’ আৰু কিছু প্ৰাসংগিক প্ৰশ্ন

আমিৰ খান অভিনীত ৰাজকুমাৰ হিৰানীৰ বোলছবি ‘পি কে’ৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু অন্যান্য হিন্দুত্ববাদী দল-সংগঠনে যি উগ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাত আচৰিত হ’বলগীয়া একো নাই। কাৰণ বোলছবিখনে ধৰ্মৰ ধ্বজাধাৰী সেইসমূহ দল-সংগঠন তথা তেওঁলোকৰ ভাবাদৰ্শৰে স্বৰূপ উন্মোচন কৰিছে।

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ

মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা

১. দেখা গৈছে যে ইছলামিক মৌলবাদৰ বিৰুদ্ধে গৰজি উঠা হিন্দুত্ববাদীসকলে জাতি ৰক্ষাৰ কথা কৈছে; আনহাতে, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ উভয়ৰ বিৰুদ্ধে থিয় দিয়াসকলেও জাতি ৰক্ষাৰ কথাকেই কৈছে। কথা হ’ল, জাতিৰ ধাৰণাটোক প্ৰশ্নৰ ঊৰ্ধত ৰাখি মৌলবাদ তথা সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে তত্ত্বগত প্ৰত্যাহ্বান

Rate this:

Tagged with: , , , , , , , , , , , , , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ