লক্ষ্মীৰাম বৰুৱাৰ হাতত আধুনিক অসমীয়া সংগীতৰ শুভাৰম্ভ হয় যদিও তেওঁৰ সংগীত সাধনা আছিল মূলতঃ মাৰ্গীয় আৰু বাংলাগন্ধী। সত্যনাথ বৰাও অসমৰ লোকসংগীতৰ সাৰমৰ্ম দাঙি ধৰাত সফল হোৱা নাছিল।এইসকলে বোৱাই দিয়া অসমীয়া সংগীতৰ এই তৰাং ধাৰাত অসমৰ লোকজীৱনৰ মৰ্মমূলৰপৰা জীৱনবোধ আনি, অসমীয়া…