হিন্দুত্ব বা হিন্দু জাতীয়তাবাদ হ’ল বৰ্তমান ভাৰতৰ আটাইতকৈ সংগঠিত আৰু শক্তিশালী ৰাজনৈতিক শক্তি। ই হ’ল এটা বহুলব্যাপ্ত গণ আন্দোলন। সমাজৰ ক্ষুদ্ৰ বা বিশেষ কিছু অংশৰ মাজত আবদ্ধ ই এটা সংকীৰ্ণ প্ৰতিক্ৰিয়াশীল শক্তি মাত্ৰ নহয়, নতুবা ই কোনো এলিট ষড়যন্ত্ৰ বা…

অলপতে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত হোৱা মণিৰাম দেৱান সম্পৰ্কীয় এটা বেছ ছিৰিয়াছ বিতৰ্ক কিছু দূৰলৈ অনুসৰণ কৰিছিলো। বিতৰ্কটোৰ বিষয় আছিল এইধৰণৰ : স্বাধীনতা সংগ্ৰামী বুলি বন্দিত মণিৰাম দেৱান প্ৰকৃতাৰ্থত দেশপ্ৰেমিক আছিলনে,তেওঁৰ চিন্তা আৰু কাৰ্যকলাপত অন্তৰ্নিহিত হৈ থকা স্বাৰ্থচিন্তা তথা সুবিধাবাদৰ…
১. দেখা গৈছে যে ইছলামিক মৌলবাদৰ বিৰুদ্ধে গৰজি উঠা হিন্দুত্ববাদীসকলে জাতি ৰক্ষাৰ কথা কৈছে; আনহাতে, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ উভয়ৰ বিৰুদ্ধে থিয় দিয়াসকলেও জাতি ৰক্ষাৰ কথাকেই কৈছে। কথা হ’ল, জাতিৰ ধাৰণাটোক প্ৰশ্নৰ ঊৰ্ধত ৰাখি মৌলবাদ তথা সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে তত্ত্বগত প্ৰত্যাহ্বান…