Blog Archives

এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত

ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ নং অনুচ্ছেদটো অসাংবিধানিক, অযুক্তিকৰ আৰু উদ্ভট বুলি ঘোষণা কৰি যোৱা ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টো নিঃসন্দেহে ভাৰতৰ ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰ বাবেই এটা যুগান্তকাৰী ৰায়। ঔপনিবেশিক যুগত ১৮৬২ চনৰপৰা কাৰ্যকৰী হোৱা ভাৰতীয় দণ্ড

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

ধৰ্ষণ আৰু তৎজনিত গণহত্যা : একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি

“ফ্লৰিডাত বলাৎকাৰী নিগ্ৰোক শূলত তুলি জ্বলাই হত্যা : বলাৎকাৰীজনক জে’লৰপৰা বলেৰে উলিয়াই অনা হ’ল, গণপ্ৰহাৰ কৰি শৰীৰ ছিন্ন-ভিন্ন কৰি পেলোৱা হ’ল, তাৰ পাছত উগ্ৰ প্ৰতিহিংসাৰে তাক জ্বলাই দিয়া হ’ল৷” “বলাৎকাৰী নিগ্ৰোজনক হাবিৰ মাজলৈ নিয়াৰ পাছত তেওঁৰ যৌনাংগটো কাটি পেলোৱা হ’ল৷

Rate this:

Tagged with: ,
Posted in সানমিহলি

শুচিবায়ুগ্ৰস্ততাৰ বিপৰীতে

কিছু দিন পূৰ্বে ৰাহুল নামৰ গায়ক এজনে ‘তোৰে হেৰিখন দেখা নাই, হেৰিখন চাবলৈ মনে যায়’ – এনেকুৱা গান এটা গাই ইউটিউবত আপল’ড কৰি দিলে৷ তাৰ পাছত গোটেইখন হুলস্থূল লাগি গ’ল৷ যেয়ে যেনেকৈ পাৰে গালি-গালাজ পাৰিলে, টিভিয়ে-চিভিয়ে প্ৰগ্ৰেম হ’ল, কোনোবাই কেছ-চেছো

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

সমকামিতা আৰু তৎসংলগ্ন দুটামান প্ৰশ্ন

যৌনতা তথা যৌন আচৰণৰ বিশ্লেষণৰ প্ৰসংগত কেৱল জীৱবিজ্ঞানৰ ওপৰত অত্যধিক গুৰুত্বাৰোপ কৰাটো আমাৰ বোধেৰে পদ্ধতি হিচাপে বেছি দূৰলৈ গ্ৰহণযোগ্য নহয়। জীৱবিজ্ঞানৰ তথ্য-পৰ্যবেক্ষণৰপৰা ইয়াৰ বাবে যথেষ্ট মূল্যৱান সমল পোৱা যাব পাৰে আৰু সেয়া বাঞ্ছনীয়ও। কিন্তু তেনে ধাৰণাৰ একাধিপত্যই আমাক একপ্ৰকাৰ জীৱবিজ্ঞানবাদ

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ