Blog Archives

ক’ৰ’নাৰ কেৰামতালি

ক’ৰ’না ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত আমাৰ চৰকাৰে গ্ৰহণ কৰা লকডাউন তথা অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ সকলোৱে মানি চলিব লাগে আৰু সিবিলাকৰ প্ৰতি যথাসম্ভৱ সহযোগিতা আগ বঢ়াব লাগে। এই লৈ কোনোধৰণৰ দ্বিমত থাকিব নালাগে। এনে পৰিস্থিতিত সকলোৱে

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

ফেছিবাদৰ ৰাজনৈতিক সংস্কৃতি (মূল : জয়ৰছ বানাজি, অনুবাদ : ময়ূৰ চেতিয়া)

আজিৰ আলোচনাৰ শীৰ্ষক হৈছে ‘ফেছিবাদৰ ৰাজনৈতিক সংস্কৃতি’; মই সচেতনভাৱেই এই ‘ৰাজনৈতিক সংস্কৃতি’ বাক্যাংশটো ব্যৱহাৰ কৰিছোঁ যাতে বাঁওপন্থী মহলসমূহত সততে পৰিলক্ষিত ফেছিবাদ সম্পৰ্কীয় পৰম্পৰাগত চিন্তাচৰ্চাৰ পৰা কিছুদূৰৈলৈ আঁতৰি আহি আন কেতবোৰ উপেক্ষিত কিন্তু গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে আলোচনা কৰিব পৰা যায়৷ এই

Rate this:

Tagged with: , ,
Posted in লেছেৰি বোটলা

মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী (মূল : প্ৰভাত পাটনায়ক, অনুবাদ : ময়ূৰ চেতিয়া)

(ৰুছ বিপ্লৱৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট মাৰ্ক্সবাদী অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে এলানি ভাষণ প্ৰদান কৰিছিল। ভাষণলানিত মুঠ চাৰিটা ভাষণ আছিল – “অক্টোবৰ বিপ্লৱ আৰু মাৰ্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, “পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” আৰু “মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী”। এটা এটাকৈ ভাষণসমূহৰ অনুবাদ আগ বঢ়োৱা

Rate this:

Tagged with: , ,
Posted in লেছেৰি বোটলা

পুঁজিবাদৰ স্বতঃস্ফূর্ততা (মূল : প্রভাত পাটনায়ক, অনুবাদ : ময়ূৰ চেতিয়া)

(ৰুছ বিপ্লৱৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট মাৰ্ক্সবাদী অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে এলানি ভাষণ প্ৰদান কৰিছিল৷ ভাষণলানিত মুঠ চাৰিটা ভাষণ আছিল – “অক্টোবৰ বিপ্লৱ আৰু মাৰ্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, “পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” আৰু “মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী৷“ এটা এটাকৈ ভাষণসমূহৰ অনুবাদ আগ বঢ়োৱা

Rate this:

Tagged with: , ,
Posted in লেছেৰি বোটলা

লেনিনীয় সন্ধিক্ষণ (মূল : প্ৰভাত পাটনায়ক, অনুবাদ : ময়ূৰ চেতিয়া)

(ৰুছ বিপ্লৱৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট মাৰ্ক্সবাদী অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে এলানি ভাষণ প্ৰদান কৰিছিল। ভাষণলানিত মুঠ চাৰিটা ভাষণ আছিল – “অক্টোবৰ বিপ্লৱ আৰু মাৰ্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, “পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” আৰু “মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী”। এটা এটাকৈ ভাষণসমূহৰ অনুবাদ আগ বঢ়োৱা

Rate this:

Tagged with: , ,
Posted in লেছেৰি বোটলা

অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব (মূল : প্রভাত পাটনায়ক, অনুবাদ : ময়ূৰ চেতিয়া)

(ৰুছ বিপ্লৱৰ শতবৰ্ষ উপলক্ষে বিশিষ্ট মাৰ্ক্সবাদী অৰ্থনীতিবিদ প্ৰভাত পাটনায়কে এলানি ভাষণ প্ৰদান কৰিছিল। ভাষণলানিত মুঠ চাৰিটা ভাষণ আছিল – “অক্টোবৰ বিপ্লৱ আৰু মাৰ্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, “পুঁজিবাদৰ স্বতঃস্ফূৰ্ততা” আৰু “মাৰ্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী”। এটা এটাকৈ ভাষণসমূহৰ অনুবাদ আগ বঢ়োৱা

Rate this:

Tagged with: , ,
Posted in লেছেৰি বোটলা

সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি আৰু বাঁওপন্থীৰ কৰ্তব্য : কিছু প্ৰস্তাৱনামূলক ধাৰণা

নব্য উদাৰতাবাদৰ বিশ্বজোৰা দপদপনিৰ সাম্প্ৰতিক সময়ছোৱাত বাঁওপন্থী শক্তিসমূহ স্বাভাৱিকতেই নিশকতীয়া হৈ পৰিছে। তেওঁলোকৰ কেৱল শক্তি-সামৰ্থ্যই যে হ্ৰাস পাইছে, তেনে নহয় – জনসাধাৰণৰ মাজত নৈতিক গ্ৰহণযোগ্যতাও ক্ৰমাৎ স্খলিত হ’বলৈ ধৰিছে। এনে অৱস্থাত এই শক্তিসমূহৰ একপ্ৰকাৰ অৱধাৰিত পশ্চাদপসৰণ আৰু প্ৰান্তীয়কৰণ ঘটিবলৈ ধৰিছে।

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ

নাৰীবাদ, পুঁজিবাদ আৰু সমাজবাদ : থূলমূলকৈ দুষাৰমান

সাম্প্ৰতিক নব্য উদাৰতাবাদী প্ৰেক্ষাপটত নাৰীবাদৰ সৈতে পুঁজিবাদৰ সম্পৰ্ক কেনেকুৱা? সামাজিক মুক্তিৰ দৰ্শন হিচাপে নাৰীবাদৰ সাম্প্ৰতিক সম্ভাৱনাবিলাক কেনেধৰণৰ? আনহাতে, নাৰীবাদকে ধৰি সামাজিক আন্দোলনসমূহৰ প্ৰতি বৰ্তমান সমাজবাদৰ ধাৰণা কেনেকুৱা? নাৰীবাদ আৰু সমাজবাদৰ মাজৰ সম্পৰ্কত সমস্যা কোনখিনিত আৰু তাৰ ভৱিষ্যৎ কেনেকুৱা? – এইসমূহ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

হিন্দু জাতীয়তাবাদ আৰু ভাৰতীয় জাতি-ৰাষ্ট্ৰ : এটি আধৰুৱা টোকা

হিন্দুত্ব বা হিন্দু জাতীয়তাবাদ হ’ল বৰ্তমান ভাৰতৰ আটাইতকৈ সংগঠিত আৰু শক্তিশালী ৰাজনৈতিক শক্তি। ই হ’ল এটা বহুলব্যাপ্ত গণ আন্দোলন। সমাজৰ ক্ষুদ্ৰ বা বিশেষ কিছু অংশৰ মাজত আবদ্ধ ই এটা সংকীৰ্ণ প্ৰতিক্ৰিয়াশীল শক্তি মাত্ৰ নহয়, নতুবা ই কোনো এলিট ষড়যন্ত্ৰ বা

Rate this:

Tagged with: , , , , , , ,
Posted in প্ৰবন্ধ

চাহ শ্ৰমিকৰ সমস্যা : এক আংশিক আলোকপাত

এটা কথাত কোনো সন্দেহ নাই যে চাহ শ্ৰমিক আদিবাসীসকলেই অসমৰ সবাতোকৈ শোষিত আৰু অৱদমিত জনগোষ্ঠী। ঔপনিবেশিক যুগৰেপৰা এইসকল লোকে চাহ বাগান-কেন্দ্ৰিক ঘেট’সমূহত যি দাৰিদ্ৰ্য আৰু শোষণৰ বোজা বহন কৰি জীৱন নিৰ্বাহ কৰি আহিছে আজিও তাৰ বিশেষ গুণগত পৰিবৰ্তন ঘটা বুলি

Rate this:

Tagged with: , , , , , , , ,
Posted in প্ৰবন্ধ