Blog Archives

আম্বেদকাৰৰ প্ৰাসংগিকতা : দুই-এটা দিশ

হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অলপতে ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ আত্মহত্যাৰ ঘটনাই ইতিমধ্যে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ তুলিছে। হিন্দুত্ববাদী শাসনাসীন চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ঘটা এই ঘটনাক আমি নিঃসন্দেহে প্ৰাতিষ্ঠানিক হত্যা আখ্যা দিব পাৰো। সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এয়া এক কেন্দ্ৰীয়

Rate this:

Tagged with: , , , , , , , ,
Posted in প্ৰবন্ধ

সাম্প্ৰতিক অসমীয়া গান : দুটামান পৰ্যবেক্ষণ

জনপ্ৰিয় সংস্কৃতি সম্পৰ্কে আমাৰ চিন্তাশীল মহলটোৱে কোনো ভাল বিশ্লেষণ দাঙি ধৰিবলৈ সক্ষম নোহোৱাৰ কাৰণ কি বাৰু? এটা প্ৰধান কাৰণ হ’ল এই যে আমাৰ চিন্তাত এতিয়াও লিখিত শব্দই প্ৰাধান্য বিস্তাৰ কৰি আছে। বিকল্প ধাৰাৰ চিনেমা, গান আদিৰ কিছু আলোচনা দেখিবলৈ পোৱা

Rate this:

Tagged with: , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ

জাতীয়তাবাদী ইতিহাসৰ সমস্যা

অলপতে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত হোৱা মণিৰাম দেৱান সম্পৰ্কীয় এটা বেছ ছিৰিয়াছ বিতৰ্ক কিছু দূৰলৈ অনুসৰণ কৰিছিলো। বিতৰ্কটোৰ বিষয় আছিল এইধৰণৰ : স্বাধীনতা সংগ্ৰামী বুলি বন্দিত মণিৰাম দেৱান প্ৰকৃতাৰ্থত দেশপ্ৰেমিক আছিলনে,তেওঁৰ চিন্তা আৰু কাৰ্যকলাপত অন্তৰ্নিহিত হৈ থকা স্বাৰ্থচিন্তা তথা সুবিধাবাদৰ

Rate this:

Tagged with: , , , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ

আম্বেদকাৰ আৰু ‘পাতনিৰ ৰাজনীতি’

‘নৱায়ন’ প্ৰকাশন গোষ্ঠীয়ে অলপতে (এই লেখাটোৰ ৰচনাকাল : ২-৩ আগষ্ট, ২০১৪) প্ৰকাশ কৰা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ বিখ্যাত কিতাপ Annihilation of Casteঅৰ টীকাযুক্ত নতুন সংস্কৰণটোৱে বিশেষ চৰ্চা লাভ কৰিছে। তাৰ কাৰণটো হ’ল কিতাপখনৰ সৈতে সংযোজিত সাহিত্যিক-চিন্তাবিদ অৰুন্ধতী ৰয়ৰ ১৬৪ পৃষ্ঠাৰ

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ