Blog Archives

সাম্যবাদ আৰু পৰিয়াল (মূল: আলেকজেণ্ড্ৰা কলন্তাই, অনুবাদ: বিশ্বজিৎ বৰা)

প্ৰথম প্ৰকাশ: ৰুছ ভাষাত Komuinstka, নং ২, ১৯২০, আৰু ইংৰাজী ভাষাত The Worker, ১৯২০; উৎস: “Communism and the Family.” Selected Writings of Alexandra Kollontai, Allison & Busby, ১৯৭৭; ইংৰাজী অনুবাদ: এলিক্স হল্ট (Alix Holt) (https://www.marxists.org/archive/kollonta/1920/communismfamily.htm)। [অনুবাদকৰ টোকা: বিংশ শতিকা জোকাৰি

Rate this:

Tagged with: ,
Posted in লেছেৰি বোটলা

এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত

ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ নং অনুচ্ছেদটো অসাংবিধানিক, অযুক্তিকৰ আৰু উদ্ভট বুলি ঘোষণা কৰি যোৱা ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টো নিঃসন্দেহে ভাৰতৰ ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰ বাবেই এটা যুগান্তকাৰী ৰায়। ঔপনিবেশিক যুগত ১৮৬২ চনৰপৰা কাৰ্যকৰী হোৱা ভাৰতীয় দণ্ড

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

ধৰ্ষণ আৰু তৎজনিত গণহত্যা : একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি

“ফ্লৰিডাত বলাৎকাৰী নিগ্ৰোক শূলত তুলি জ্বলাই হত্যা : বলাৎকাৰীজনক জে’লৰপৰা বলেৰে উলিয়াই অনা হ’ল, গণপ্ৰহাৰ কৰি শৰীৰ ছিন্ন-ভিন্ন কৰি পেলোৱা হ’ল, তাৰ পাছত উগ্ৰ প্ৰতিহিংসাৰে তাক জ্বলাই দিয়া হ’ল৷” “বলাৎকাৰী নিগ্ৰোজনক হাবিৰ মাজলৈ নিয়াৰ পাছত তেওঁৰ যৌনাংগটো কাটি পেলোৱা হ’ল৷

Rate this:

Tagged with: ,
Posted in সানমিহলি

যৌন কৰ্ম আৰু যৌন কৰ্মী : কিছু প্ৰাৰম্ভিক কথা

যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ বিষয়ে আমি প্ৰায়ে এনেভাৱে নীৰৱতা অৱলম্বন কৰো যেন সিবোৰৰ অস্তিত্বই নাই। সাহিত্যই-চিনেমাই উল্লেখ থাকিলেও আৰু এইডছ-কেন্দ্ৰিক যৌনতাৰ বাগধাৰা তথা মানৱ সৰবৰাহৰ বাগধাৰাত আলোচিত হ’লেও সামাজিক-ৰাজনৈতিক চিন্তাত যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ প্ৰসংগ পাবলৈ টান। ইয়াৰ

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

প্ৰসংগ : আইন আৰু মুক্তিকামী ৰাজনীতি

  নাৰীবাদী লেখক নিবেদিতা মেননৰ Recovering Subversion: Feminist Politics beyond the Law (2004; Permanent Black) গ্ৰন্থখন ভাৰতীয় নাৰীবাদী চিন্তাৰ এখন উল্লেখযোগ্য গ্ৰন্থ। গ্ৰন্থখনৰ বিষয় হ’ল আইন আৰু নাৰীবাদী ৰাজনীতিৰ মাজৰ সম্পৰ্ক। ভাৰতীয় নাৰীবাদীসকলে যোৱা সময়ছোৱাত আইন আৰু ৰাষ্ট্ৰৰ সৈতে কিদৰে মোকাবিলা

Rate this:

Tagged with:
Posted in গ্ৰন্থ সমালোচনা

নাৰীবাদ, পুঁজিবাদ আৰু সমাজবাদ : থূলমূলকৈ দুষাৰমান

সাম্প্ৰতিক নব্য উদাৰতাবাদী প্ৰেক্ষাপটত নাৰীবাদৰ সৈতে পুঁজিবাদৰ সম্পৰ্ক কেনেকুৱা? সামাজিক মুক্তিৰ দৰ্শন হিচাপে নাৰীবাদৰ সাম্প্ৰতিক সম্ভাৱনাবিলাক কেনেধৰণৰ? আনহাতে, নাৰীবাদকে ধৰি সামাজিক আন্দোলনসমূহৰ প্ৰতি বৰ্তমান সমাজবাদৰ ধাৰণা কেনেকুৱা? নাৰীবাদ আৰু সমাজবাদৰ মাজৰ সম্পৰ্কত সমস্যা কোনখিনিত আৰু তাৰ ভৱিষ্যৎ কেনেকুৱা? – এইসমূহ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

শুচিবায়ুগ্ৰস্ততাৰ বিপৰীতে

কিছু দিন পূৰ্বে ৰাহুল নামৰ গায়ক এজনে ‘তোৰে হেৰিখন দেখা নাই, হেৰিখন চাবলৈ মনে যায়’ – এনেকুৱা গান এটা গাই ইউটিউবত আপল’ড কৰি দিলে৷ তাৰ পাছত গোটেইখন হুলস্থূল লাগি গ’ল৷ যেয়ে যেনেকৈ পাৰে গালি-গালাজ পাৰিলে, টিভিয়ে-চিভিয়ে প্ৰগ্ৰেম হ’ল, কোনোবাই কেছ-চেছো

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

নাহিদ, ফটোৱা আৰু মুছলমান সমাজ : সাংস্কৃতিক ৰাজনীতিৰ দুটামান দিশ

হোজাইৰ উদালি অঞ্চলত এটা সংগীতানুষ্ঠান হোৱাৰ কথা আছিল। তাৰ বাবে প্ৰস্তুতি চলি থকাৰ অৱস্থাতে এদিন সেই অঞ্চলৰে কিছুসংখ্যক মুছলমানধৰ্মী লোকে এখন ‘বিশেষ গোহাৰি’ ৰাইজৰ মাজত বিতৰণ কৰিলে। এই লোকসকলৰ ভালেসংখ্যক হ’ল ধৰ্মীয় অনুষ্ঠান আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানৰ সৈতে জড়িত। ‘গোহাৰি’খনত লিখা

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

জাতীয়তাবাদ আৰু নাৰী : এটি চমু আলোচনা

জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ

বৰ্ণবাদ, হিন্দু জাতীয়তাবাদ আৰু অন্যান্য কিছু কথা

কেন্দ্ৰত শাসনাসীন হিন্দু জাতীয়তাবাদী চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ প্ৰাতিষ্ঠানিক হত্যাকাণ্ডই প্ৰথমে দেশজুৰি আলোড়ন তোলাৰ সময়ছোৱাত অসমৰ প্ৰভাৱশালী উদাৰ জাতীয়তাবাদী তথা বাঁও-গণতান্ত্ৰিক কোনো শিবিৰতে বিশেষ আৰু আশানুৰূপ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাছিল, কিছুসংখ্যক ব্যক্তিৰ কথা বাদ

Rate this:

Tagged with: , , , , , , , , , , ,
Posted in প্ৰবন্ধ