Blog Archives

মন যায় : একবিংশ শতিকাৰ শ্ৰেষ্ঠ অসমীয়া প্ৰেমৰ গান

ডাক্তৰ : তোমাৰ জীৱনৰ আৰু দহ মিনিট বাকী আছে। এই শেষ মুহূৰ্তত তুমি যি ইচ্ছা কৰি লোৱা। কথাটো শুনাৰ লগে লগেই ডেকাজনে ম’বাইলত ‘মন যায়’ লগাবলৈ আৰম্ভ কৰি দিলে। ডাক্তৰ : কিন্তু এই গানটোতো দহ মিনিট একচল্লিছ ছেকেণ্ডৰ? ভগৱান :

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

ক’ৰ’নাৰ কেৰামতালি

ক’ৰ’না ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত আমাৰ চৰকাৰে গ্ৰহণ কৰা লকডাউন তথা অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ সকলোৱে মানি চলিব লাগে আৰু সিবিলাকৰ প্ৰতি যথাসম্ভৱ সহযোগিতা আগ বঢ়াব লাগে। এই লৈ কোনোধৰণৰ দ্বিমত থাকিব নালাগে। এনে পৰিস্থিতিত সকলোৱে

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ (মূল : পার্থ চেটার্জী, অনুবাদ : ময়ূৰ চেতিয়া)

(অনুবাদকৰ টোকা : ‘কৃষক মুক্তি সংগ্রাম সমিতি’ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় । কিন্তু কেনেধৰণৰ পৰিবর্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভাৱনীয়তা তথা প্রত্যাহ্বানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়।

Rate this:

Tagged with: , , , ,
Posted in লেছেৰি বোটলা

পৰিবৰ্তনৰ আলিদোমোজাত

১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইনৰ সংশোধনী ঘটাই ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিক ভাৰতলৈ আমদানি কৰাৰ যি সাংবিধানিক প্ৰমূল্যৰ বিৰোধী আৰু গণবিৰোধী আঁচনি বিজেপি চৰকাৰে হাতত লৈছে তাৰ আমি পোনপটীয়াভাৱে বিৰোধিতা কৰিছো। এই আঁচনিৰ আঁৰত লুকাই আছে বিজেপি তথা সংঘ পৰিবাৰৰ হিন্দুত্ববাদী

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

হিন্দু জাতীয়তাবাদ আৰু ভাৰতীয় জাতি-ৰাষ্ট্ৰ : এটি আধৰুৱা টোকা

হিন্দুত্ব বা হিন্দু জাতীয়তাবাদ হ’ল বৰ্তমান ভাৰতৰ আটাইতকৈ সংগঠিত আৰু শক্তিশালী ৰাজনৈতিক শক্তি। ই হ’ল এটা বহুলব্যাপ্ত গণ আন্দোলন। সমাজৰ ক্ষুদ্ৰ বা বিশেষ কিছু অংশৰ মাজত আবদ্ধ ই এটা সংকীৰ্ণ প্ৰতিক্ৰিয়াশীল শক্তি মাত্ৰ নহয়, নতুবা ই কোনো এলিট ষড়যন্ত্ৰ বা

Rate this:

Tagged with: , , , , , , ,
Posted in প্ৰবন্ধ