(ক) ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্ক তথা ‘ধৰ্মীয় ৰাজনীতি’ সম্পৰ্কে বিদ্যায়তনিক মহলত ইমান দিনে জনপ্ৰিয় হৈ অহা ধাৰণাত এই দুইটাকে সমাজৰ দুটা পৃথক বলয় হিচাপে আৰু এটাৰ মাজত আনটোৰ প্ৰবেশক অবাঞ্ছনীয় তথা ক্ষতিকৰ বুলি গণ্য কৰা হৈ আহিছে। আধুনিকতাৰ জনপ্ৰিয়…
(ক) ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্ক তথা ‘ধৰ্মীয় ৰাজনীতি’ সম্পৰ্কে বিদ্যায়তনিক মহলত ইমান দিনে জনপ্ৰিয় হৈ অহা ধাৰণাত এই দুইটাকে সমাজৰ দুটা পৃথক বলয় হিচাপে আৰু এটাৰ মাজত আনটোৰ প্ৰবেশক অবাঞ্ছনীয় তথা ক্ষতিকৰ বুলি গণ্য কৰা হৈ আহিছে। আধুনিকতাৰ জনপ্ৰিয়…
এখন দেশ বা ৰাজ্যৰ সমাজ আৰু ৰাজনীতিত একে সময়তে বিভিন্ন স্তৰত বহুতো ঘটনা-প্ৰক্ৰিয়া চলি থাকে। গতিকে একেটা মাথোন ব্যাখ্যাৰে এই বহুস্তৰীয় প্ৰক্ৰিয়াৰাজিৰ সম্পূৰ্ণ স্বৰূপ উদঘাটন কৰাটো টান। তথাপি ঘটনা-প্ৰক্ৰিয়াৰ প্ৰধান আৰু আধিপত্যশীল ধাৰাটো যদি চিহ্নিত কৰিব পৰা যায়, তেন্তে তাৰ…
প্ৰসিদ্ধ মাৰ্ক্সবাদী পণ্ডিত পেৰি এণ্ডাৰ্ছনৰ The Indian Ideology নামৰ এখন আমোদজনক কিতাপ প্ৰকাশ পাইছে। Three Essays Collective নামৰ প্ৰকাশনটোৱে ২০১২ চনৰ অক্টোবৰত প্ৰকাশ কৰা কিতাপখন ভাৰতবৰ্ষ সম্পৰ্কে তিনিখন দীঘল ৰচনাৰ সংকলন। পিছে ভাৰতীয় ভাবাদৰ্শনো কি? ভাৰতৰ এচাম বুদ্ধিজীৱীয়ে প্ৰচাৰ…
এইটো বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠিত সত্য যে জয়মতী চৰিত্ৰটো তথা জীৱন-কাহিনীটো সম্পৰ্কে পৰ্যাপ্ত ঐতিহাসিক সমলৰ অভাৱ। পুৰণি বুৰঞ্জীসমূহত চৰিত্ৰটোৰ কোনো উল্লেখ পোৱা নাযায়। এই সংক্ৰান্তত জে. এম. ফ’ষ্টাৰে কাশীনাথ তামুলীফুকনৰ বুৰঞ্জীখনৰ যিটো আৰম্ভণিৰ সংস্কৰণৰ কথা উল্লেখ কৰিছে সেইটোও পাবলৈ নাই। সেইবাবে চৰিত্ৰটো…
আমিৰ খান অভিনীত ৰাজকুমাৰ হিৰানীৰ বোলছবি ‘পি কে’ৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ, বজৰং দল আৰু অন্যান্য হিন্দুত্ববাদী দল-সংগঠনে যি উগ্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাত আচৰিত হ’বলগীয়া একো নাই। কাৰণ বোলছবিখনে ধৰ্মৰ ধ্বজাধাৰী সেইসমূহ দল-সংগঠন তথা তেওঁলোকৰ ভাবাদৰ্শৰে স্বৰূপ উন্মোচন কৰিছে।…
১. দেখা গৈছে যে ইছলামিক মৌলবাদৰ বিৰুদ্ধে গৰজি উঠা হিন্দুত্ববাদীসকলে জাতি ৰক্ষাৰ কথা কৈছে; আনহাতে, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ উভয়ৰ বিৰুদ্ধে থিয় দিয়াসকলেও জাতি ৰক্ষাৰ কথাকেই কৈছে। কথা হ’ল, জাতিৰ ধাৰণাটোক প্ৰশ্নৰ ঊৰ্ধত ৰাখি মৌলবাদ তথা সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে তত্ত্বগত প্ৰত্যাহ্বান…
‘নৱায়ন’ প্ৰকাশন গোষ্ঠীয়ে অলপতে (এই লেখাটোৰ ৰচনাকাল : ২-৩ আগষ্ট, ২০১৪) প্ৰকাশ কৰা ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ বিখ্যাত কিতাপ Annihilation of Casteঅৰ টীকাযুক্ত নতুন সংস্কৰণটোৱে বিশেষ চৰ্চা লাভ কৰিছে। তাৰ কাৰণটো হ’ল কিতাপখনৰ সৈতে সংযোজিত সাহিত্যিক-চিন্তাবিদ অৰুন্ধতী ৰয়ৰ ১৬৪ পৃষ্ঠাৰ…
মানবেন্দ্ৰনাথ ৰয়ৰ গুৰুত্বপূৰ্ণ প্ৰবন্ধ ‘Crime and Karma’ৰ অনুবাদ। পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক
অসমৰ ধৰ্মবিজ্ঞানীসকলৰ নতুন ডি টি এইচ ব্যৱস্থাই অতি কম সময়ৰ ভিতৰতে প্ৰভূত জনপ্ৰিয়তা লাভ কৰি অভিলেখৰ সৃষ্টি কৰিছে। ধৰ্মবিজ্ঞানীসকলে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই কথা প্ৰকাশিত হৈছে। ভগৱানে সুদূৰ অতীততে ঘোষণা কৰিছিল যে ভাৰতত যেতিয়াই ধৰ্মৰ গ্লানি হ’ব, সমাজ অন্যায়-অনীতিয়ে…
ঈশ্বৰৰ শ্ৰাদ্ধতেই যুক্তিবাদীৰ কৰ্তব্য শেষ নহয়৷ যুক্তিবাদৰ পৰিসৰ ইয়াতকৈ বহুগুণে গভীৰ আৰু ব্যাপক৷ কিন্তু আমাৰ বহুতাে যুক্তিবাদীৰ চিন্তা ভল্টেয়াৰীয় স্তৰতে সীমাবদ্ধ হৈ আছে৷ আলােকদীপ্তিৰ যুগৰ যুক্তিৰ সৰ্বোচ্চ কৰ্তৃত্বত বিশ্বাস, প্ৰগতিৰ ওপৰত দ্বিধাহীন আস্থা আৰু ব্যক্তিজীৱনৰ পূৰ্ণাংগ বিকাশৰ ধাৰণাক চিৰন্তন বুলি…