যোৱা ৯ ফেব্ৰুৱাৰি তাৰিখে দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্ছিটি (জে এন ইউ)ত যিসকল ছাত্ৰ বা অন্য ব্যক্তিয়ে আফজল গুৰুৰ ফাঁচী তথা কাশ্মীৰৰ স্বাধীনতাৰ বিষয়ক কেন্দ্ৰ কৰি ভাৰত-বিৰোধী শ্লোগান দিছিল, সেয়া পূৰামাত্ৰাই গৰিহণাযোগ্য। নিৰপেক্ষভাৱে সেই ঘটনাৰ তদন্ত হ’ব লাগে আৰু দোষীসকলক চিনাক্ত…