জাতীয়তাবাদ সম্পৰ্কীয় মূলসুঁতিৰ আলোচনাবোৰত নাৰী আৰু লিংগৰ প্ৰশ্নটোৰ উপস্থিতি প্ৰায় নায়েই বুলিব পাৰি। আনকি জাতীয়তাবাদ সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত যিকেইখন বিশ্ববিখ্যাত গ্ৰন্থক ক্লাছিকৰ মৰ্যাদা দিয়া হয় সেইসমূহৰ ক্ষেত্ৰতো কথাটো প্ৰযোজ্য। পঢ়িবলৈ পোৱা মতে, কিছুসংখ্যক নাৰী পণ্ডিতেহে (চিন্থিয়া এনল’, কুমাৰী জয়াৱাৰ্দেনা, নীৰা…