Blog Archives

সাম্প্ৰতিক অসমীয়া গান : দুটামান পৰ্যবেক্ষণ

জনপ্ৰিয় সংস্কৃতি সম্পৰ্কে আমাৰ চিন্তাশীল মহলটোৱে কোনো ভাল বিশ্লেষণ দাঙি ধৰিবলৈ সক্ষম নোহোৱাৰ কাৰণ কি বাৰু? এটা প্ৰধান কাৰণ হ’ল এই যে আমাৰ চিন্তাত এতিয়াও লিখিত শব্দই প্ৰাধান্য বিস্তাৰ কৰি আছে। বিকল্প ধাৰাৰ চিনেমা, গান আদিৰ কিছু আলোচনা দেখিবলৈ পোৱা

Rate this:

Tagged with: , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ

সাম্প্ৰতিক প্ৰেক্ষাপটত অসম সাহিত্য সভা

সংগঠন তথা সামাজিক প্ৰভাৱৰ দিশৰপৰা অসম সাহিত্য সভাই অসমৰ ঘাই সামাজিক-সাংস্কৃতিক অনুষ্ঠান হিচাপে বহু দশক ধৰি মূল্যৱান ভূমিকা পালন কৰি আহিছে। এই গুৰুত্বৰ বাবেই অসমৰ জাতীয় জীৱনৰ আলোচনাত সাহিত্য সভাৰ ইতিহাস তথা কৰ্মৰাজিৰ নিৰ্মোহ বিশ্লেষণ কৰাটো অপৰিহাৰ্য আৰু গুৰুত্বপূৰ্ণ। সভাৰ

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

জনগোষ্ঠীয় আন্দোলন : এক বিহংগম অৱলোকন

জনগোষ্ঠীসমূহৰ বিষয়ে চিন্তা-চৰ্চাই অসমত আজিও কেন্দ্ৰীয় গুৰুত্ব পোৱা যেন নালাগে। অসমৰ সমাজজীৱনৰ অন্তৰ্নিহিত কেতবোৰ গুৰুতৰ আসোঁৱাহৰ পৰিণতিৰ বাবেই যে জনগোষ্ঠীয় আন্দোলনসমূহ উঠি আহিছে সেই কথা বুজিব নোৱৰাৰ বাবেই হয়তো বহুতে ইয়াক সমাজজীৱনৰ প্ৰান্তীয় অঞ্চলৰ বিষয় বুলি ভাবে। সৃষ্টিশীল সাহিত্যত জনগোষ্ঠীসমূহৰ

Rate this:

Tagged with: , , , ,
Posted in প্ৰবন্ধ