স্বাধীনতাৰ অৰ্থ হ’ল তলৰ পিনৰপৰা গণতান্ত্ৰিক নিয়ন্ত্ৰণ ৰাষ্ট্ৰৰ আমোলাতন্ত্ৰটোৱেই যে কেৱল নিজকে জনসাধাৰণৰ নিয়ন্ত্ৰণৰ ঊৰ্ধ্বত অৱস্থান কৰা বুলি গণ্য কৰে তেনে নহয়। ডায়েটত থকা জনসাধাৰণৰ প্ৰতিনিধিসকলেও তেনেকৈয়ে ভাবে। কিন্তু প্ৰতিনিধিসকলে জনসাধাৰণৰ সমূহীয়া ইচ্ছাক সাৰ্থকভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিব। তাৰ অবিহনে…