Blog Archives

চাহ শ্ৰমিকৰ মুক্তি কেতিয়া?

বিষাক্ত চুলাই মদ খাই যোৰহাট আৰু গোলাঘাট জিলাৰ শতাধিক চাহ শ্ৰমিকৰ মৃত্যু ঘটাৰ শোকাৱহ ঘটনা তথা তৎজনিত দৃশ্যপটে পুনৰবাৰ চাহ শ্ৰমিকসকলৰ জীৱনৰ অবৰ্ণনীয় দুৰৱস্থাকে উদঙাই দেখুৱালে। এই ঘটনাৰ তাৎক্ষণিক দিশটো হ’ল বিষাক্ত চুলাই মদৰ প্ৰসংগটো। চৰকাৰ তথা চাহ বাগান কৰ্তৃপক্ষৰ

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

চাহ শ্ৰমিকৰ সমস্যা : এক আংশিক আলোকপাত

এটা কথাত কোনো সন্দেহ নাই যে চাহ শ্ৰমিক আদিবাসীসকলেই অসমৰ সবাতোকৈ শোষিত আৰু অৱদমিত জনগোষ্ঠী। ঔপনিবেশিক যুগৰেপৰা এইসকল লোকে চাহ বাগান-কেন্দ্ৰিক ঘেট’সমূহত যি দাৰিদ্ৰ্য আৰু শোষণৰ বোজা বহন কৰি জীৱন নিৰ্বাহ কৰি আহিছে আজিও তাৰ বিশেষ গুণগত পৰিবৰ্তন ঘটা বুলি

Rate this:

Tagged with: , , , , , , , ,
Posted in প্ৰবন্ধ