মহাত্মা গান্ধীক যদিও ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মুখ্য নেতা তথা জাতিৰ পিতা বুলি অভিহিত কৰা হয়, তথাপি স্বাধীন ভাৰতত যি জাতি-ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ’ল তাৰ ঘাই জনক জৱাহৰলাল নেহৰুহে। ছেকুলাৰ-আধুনিকতাবাদী আৰু উন্নয়নবাদী এই জাতি-ৰাষ্ট্ৰৰ নীতি-নিয়মসমূহ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত মূল মতাদৰ্শগত ভূমিকা পালন…