Blog Archives

বিদায় টিকটক

শেহতীয়া সময়ছোৱাত ভাৰতবৰ্ষত সমাজৰ গণতান্ত্ৰিকীকৰণত ছ’চিয়েল মেডিয়াই এটা মৌলিক ভূমিকা পালন কৰি আহিছে। সমাজৰ প্ৰতিষ্ঠিত ক্ষমতা-কাঠামোসমূহক অতিক্ৰম কৰি গণতন্ত্ৰৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰাৰ জৰিয়তে ছ’চিয়েল মেডিয়াই যি ৰূপান্তৰৰ সূচনা কৰিছে, তাক সমসাময়িক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰিব পাৰি।

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

কমন ছেন্স আৰু ননছেন্স

‘বিজেপিক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান নিউজ লাইভ বা আন কোনো সহধৰ্মী চেনেলে আজিলৈকে নিশ্চয় কেতিয়াও জনোৱা নাই বা জনোৱাৰ সম্ভাৱনাও নাই। ‘কংগ্ৰেছক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান আছাম টকছ চেনেলে কেতিয়াও জনোৱা নাই আৰু নজনায়।

Rate this:

Tagged with: , , , ,
Posted in সানমিহলি