Blog Archives

ক’ৰ’নাৰ কেৰামতালি

ক’ৰ’না ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত আমাৰ চৰকাৰে গ্ৰহণ কৰা লকডাউন তথা অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ সকলোৱে মানি চলিব লাগে আৰু সিবিলাকৰ প্ৰতি যথাসম্ভৱ সহযোগিতা আগ বঢ়াব লাগে। এই লৈ কোনোধৰণৰ দ্বিমত থাকিব নালাগে। এনে পৰিস্থিতিত সকলোৱে

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ