আজমল এজন মানুহ নহয়, সি এটা প্ৰতীক। আজমল নামৰ তেজ-মঙহৰ মানুহজনৰ সৈতে তাৰ সম্পৰ্ক নাই বুলিবই পাৰি। কিয়নো সি কোনোধৰণে মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰে বা মানুহজনে তাক ইচ্ছা মতে নিয়ন্ত্ৰণ কৰিবও নোৱাৰে। কিন্তু এইখন অসমত আজমলৰ লগত তুলনা কৰিব পৰা…
আজমল এজন মানুহ নহয়, সি এটা প্ৰতীক। আজমল নামৰ তেজ-মঙহৰ মানুহজনৰ সৈতে তাৰ সম্পৰ্ক নাই বুলিবই পাৰি। কিয়নো সি কোনোধৰণে মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰে বা মানুহজনে তাক ইচ্ছা মতে নিয়ন্ত্ৰণ কৰিবও নোৱাৰে। কিন্তু এইখন অসমত আজমলৰ লগত তুলনা কৰিব পৰা…
অসমীয়া ৰাইজে আজি এই মুহূৰ্তত ইতিহাসৰ এক জটিল সন্ধিক্ষণত থিয় দিছেহি। অথাই জলধিৰ মাজত পৰি আজি ৰাইজে ককবকাব লাগিছে। মহামাৰী ক’ৰ’না ভাইৰাছ আৰু তাক কেন্দ্ৰ কৰি চলি থকা দমনমূলক ব্যৱস্থাৱলীয়ে সকলোকে আতংকিত কৰি ৰখাৰ সময়তে, বছৰেকীয়া বানপানীৰ ৰাজ্যজোৰা ভয়াৱহ ধ্বংসলীলাৰ…
অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ বিৰুদ্ধে তুমুল প্ৰতিবাদী আন্দোলন যোৱা ভালেছোৱা সময় ধৰি চলি আহিছে। তাৰ মাজতে বিধেয়ক সংসদত গৃহীত হৈ আইনলৈ ৰূপান্তৰিত হ’ল যদিও অসমত হৈ থকা আন্দোলনৰ কোনো হীন-দেৰি ঘটা নাই। দেশৰ সংসদে নিয়মানুযায়ী গৃহীত কৰাৰ পাছতো অসমৰ…
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে এই সময়ছোৱাত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক প্ৰতিবাদ ধ্বনিত হৈছে। বহল অৰ্থত এই প্ৰতিবাদৰ প্ৰধান কৃতিত্বটো হ’ল এই যে ই উক্ত আইনখনৰ বিৰোধিতাক এক জাতীয়-জনপ্ৰিয় স্তৰত প্ৰতিষ্ঠা কৰিছে। এই বিৰোধিতাৰ কিমানখিনি বিজেপি-আৰ এছ এছৰ ৰাজনীতিৰ সামগ্ৰিক…
মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মাটিৰ পট্টা প্ৰদানৰ চৰকাৰী অনুষ্ঠানৰ প্ৰতিবাদত কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ অংশস্বৰূপে গুৱাহাটী গড়চুক নিবাসী প্ৰণৱ বড়োৰ আত্মজাহৰ মৰ্মান্তিক ঘটনাই (২৪ ফেব্ৰুৱাৰি, ২০১৪ ) ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।আচলতে বিভিন্ন ৰাজনৈতিক ঘটনাৰ কেইবাটাও বেলেগ বেলেগ…
সাম্প্রতিক সময়ত অখিল গগৈৰ নেতৃত্বত পৰিচালিত কৃষক মুক্তি আন্দোলনে অসমৰ সমাজ-ৰাজনীতিত তোলা আলোড়ন নিঃসন্দেহে অভিনৱ আৰু অভাবনীয়। সেইদৰে আন্দোলনটোক লৈ হোৱা আলোচনা-বাদানুবাদত পৰিলক্ষিত হোৱা ইতিহাসচেতনা আৰু বহল দৃষ্টিৰ অভাৱো লক্ষণীয় আৰু গভীৰ। দুই-এক ব্যতিক্রমক বাদ দিলে বাকী সকলোকে আন্দোলনটোৱে সন্মুখীন…