Blog Archives

গণতন্ত্র আৰু ভাৰতৰ অর্থনৈতিক ৰূপান্তৰ (মূল : পার্থ চেটার্জী, অনুবাদ : ময়ূৰ চেতিয়া)

(অনুবাদকৰ টোকা : ‘কৃষক মুক্তি সংগ্রাম সমিতি’ৰ আন্দোলনৰ বিষয়ে বহুতো আলোচনা দেখিবলৈ পোৱা যায় । কিন্তু কেনেধৰণৰ পৰিবর্তিত পৰিস্থিতিৰ পটভূমিত আন্দোলনটো গঢ় লৈ উঠিছে, এই বিষয়ে মন নকৰাৰ ফলত বেছিভাগ বিশ্লেষণেই আন্দোলনটোৰ তাৎপর্য, সম্ভাৱনীয়তা তথা প্রত্যাহ্বানসমূহ চিনাক্ত কৰাত ব্যর্থ হয়।

Rate this:

Tagged with: , , , ,
Posted in লেছেৰি বোটলা

প্ৰণৱ বড়োৰ আত্মজাহ সম্পৰ্কে একাষাৰ

মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মাটিৰ পট্টা প্ৰদানৰ চৰকাৰী অনুষ্ঠানৰ প্ৰতিবাদত কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ অংশস্বৰূপে গুৱাহাটী গড়চুক নিবাসী প্ৰণৱ বড়োৰ আত্মজাহৰ মৰ্মান্তিক ঘটনাই (২৪ ফেব্ৰুৱাৰি, ২০১৪ ) ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।আচলতে বিভিন্ন ৰাজনৈতিক ঘটনাৰ কেইবাটাও বেলেগ বেলেগ

Rate this:

Tagged with: , ,
Posted in সানমিহলি

হেমাংগ বিশ্বাস আৰু বিহু

সাম্প্রতিক নৈৰাজ্যসদৃশ পৰিস্থিতিত হেমাংগ বিশ্বাসক স্মৰণ কৰাটো অতিকে তাৎপর্যপূর্ণ কথা। কিন্তু সেই স্মৰণে কেৱল বিদ্যায়তনিক স্তৰতে আবদ্ধ নাথাকি নিপীড়িতজনৰ স্বাধিকাৰ প্রতিষ্ঠাৰ সংগ্রাম তথা জাতীয় জীৱনৰ ৰক্ষণাবেক্ষণ আৰু সুষম উন্নয়নৰ প্রচেষ্টাৰ ভৱিষ্যতৰ বাটটো অলপ হ’লেও আলোকিত কৰিব পাৰিব লাগিব। বর্তমান বহুজাতিক

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ

প্ৰসংগ : কৃষক মুক্তি আন্দোলন

সাম্প্রতিক সময়ত অখিল গগৈৰ নেতৃত্বত পৰিচালিত কৃষক মুক্তি আন্দোলনে অসমৰ সমাজ-ৰাজনীতিত তোলা আলোড়ন নিঃসন্দেহে অভিনৱ আৰু অভাবনীয়। সেইদৰে আন্দোলনটোক লৈ হোৱা আলোচনা-বাদানুবাদত পৰিলক্ষিত হোৱা ইতিহাসচেতনা আৰু বহল দৃষ্টিৰ অভাৱো লক্ষণীয় আৰু গভীৰ। দুই-এক ব্যতিক্রমক বাদ দিলে বাকী সকলোকে আন্দোলনটোৱে সন্মুখীন

Rate this:

Tagged with: , , , , , , , , , ,
Posted in প্ৰবন্ধ

প্ৰসংগ : হালধীয়া চৰায়ে বাওধান খায়

জাহ্নু বৰুৱাৰ বিখ্যাত চলচ্চিত্ৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ সম্পৰ্কে কিছু চিন্তা। পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ