Blog Archives

গ্ৰামশ্চিৰ প্ৰাসংগিকতা সম্পৰ্কে একাষাৰ

বৰ্তমান সময়ছোৱাক বুজি পাবৰ বাবে, বৰ্তমানৰ বিশ্ব পৰিস্থিতি হৃদয়ংগম কৰিবৰ বাবে কোন কোন চিন্তাবিদৰ কাষ চাপিব লাগিব বুলি যদি প্ৰশ্ন কৰা হয়, তেন্তে এণ্টনিঅ’ গ্ৰামশ্চিৰ নাম নিশ্চিতভাৱেই প্ৰথম শাৰীতেই আহিব। গ্ৰামশ্চি আছিল ইটালিৰ এজন কমিউনিষ্ট বিপ্লৱী আৰু দাৰ্শনিক। গ্ৰামশ্চিয়ে যি

Rate this:

Tagged with: , , , , , , , , ,
Posted in প্ৰবন্ধ

মাৰ্ক্সীয় চিন্তাত মতাদৰ্শ আৰু অন্যান্য কিছু প্ৰশ্ন

অসমৰ চহকী বাঁও-গণতান্ত্ৰিক সমাজ-চিন্তাৰ পৰম্পৰাটো শেহতীয়া বছৰসমূহত যিধৰণে নিস্তৰংগ, একঘেয়ে তথা সংকীৰ্ণ হৈ পৰিছে তাৰ তাত্ত্বিক-ৰাজনৈতিক কাৰণসমূহ বিশ্লেষণ কৰাটো অতিকে জৰুৰী হৈ পৰিছে। সমাজ-চিন্তাৰ মাজত যিটো বস্তুৰ আটাইতকৈ অভাৱ পৰিলক্ষিত হৈছে সেইটো হ’ল – সমাজবিজ্ঞান। কিন্তু অসমৰ আত্মতুষ্টিপূৰ্ণ বৌদ্ধিক পৰিসৰৰ

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

জাতীয়তাবাদ, মতাদৰ্শ আৰু বাগধাৰা : আৰু এটা প্ৰতিক্ৰিয়া

“Empty, dry, dogmatic formulas do indeed destroy the creative mood; not only that, they first destroy Marxism.” (মাও চে তুং, ড০ হীৰেন গোহাঁইৰ ‘সাহিত্য আৰু চেতনা’ৰ পাতনিৰপৰা উদ্ধৃত) (১) ‘নতুন পদাতিক’ আলোচনীৰ এপ্ৰিল, ২০১৬ সংখ্যাত আমাৰ ‘জয়মতী, জাতীয়তাবাদ আৰু অসমৰ

Rate this:

Tagged with: , , , , , ,
Posted in প্ৰবন্ধ

কমন ছেন্স আৰু ননছেন্স

‘বিজেপিক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান নিউজ লাইভ বা আন কোনো সহধৰ্মী চেনেলে আজিলৈকে নিশ্চয় কেতিয়াও জনোৱা নাই বা জনোৱাৰ সম্ভাৱনাও নাই। ‘কংগ্ৰেছক ভোট দিব’, আক্ষৰিক অৰ্থত এনেকুৱা এটা আহ্বান আছাম টকছ চেনেলে কেতিয়াও জনোৱা নাই আৰু নজনায়।

Rate this:

Tagged with: , , , ,
Posted in সানমিহলি