Blog Archives

ছিপাঝাৰৰ উচ্ছেদ আৰু প্ৰাসংগিক দুটামান কথা

প্ৰব্ৰজনক লৈ যুগ যুগ ধৰি তালফাল লগাই আহিছো যদিও আভ্যন্তৰীণ প্ৰব্ৰজনৰ বিষয়ে আমি কোনোদিন ৰাজনৈতিক বাৰ্তালাপ কৰা নাই। কোনোবা দুই-এজনে বিদ্যায়তনিক অধ্যয়ন ক’ৰবাত কৰিছে সেইটো বেলেগ কথা, কিন্তু সি কেতিয়াও অসমৰ ৰাজনীতিৰ বিষয় হৈ উঠা নাই। বানপানী, গৰাখহনীয়া, আন প্ৰাকৃতিক

Rate this:

Tagged with: , , ,
Posted in প্ৰবন্ধ

উচ্ছেদ আৰু তৎকেন্দ্ৰিক দুটামান কথা

শেহতীয়া দশকসমূহত ভাৰতীয় গণতন্ত্ৰৰ কাৰ্যনিৰ্বাহক আৰু সংসদ – এই দুইটা স্তম্ভৰেই নৈতিক নিৰ্ভৰযোগ্যতা জনসাধাৰণৰ মাজত ক্ৰমাৎ হ্ৰাস পাইছে। কিন্তু তাৰ বিপৰীতে ন্যায়ালয়ৰ ওপৰত আস্থা কম-বেছি পৰিমাণে অটুট আছে। ন্যায়ালয়ে নিজেও জনসাধাৰণৰ স্বাৰ্থজড়িত বিভিন্ন বিষয়ত পোনপটীয়াভাৱে মাত মতাৰ জৰিয়তে (ধৰক, পি

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ