Blog Archives

অসমীয়া ধৰ্মবিজ্ঞানীৰ চমক : এবিধ নতুন ডি টি এইচ ‘অখণ্ড ভাগৱত পাঠ’

অসমৰ ধৰ্মবিজ্ঞানীসকলৰ নতুন ডি টি এইচ ব্যৱস্থাই অতি কম সময়ৰ ভিতৰতে প্ৰভূত জনপ্ৰিয়তা লাভ কৰি অভিলেখৰ সৃষ্টি কৰিছে। ধৰ্মবিজ্ঞানীসকলে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই কথা প্ৰকাশিত হৈছে। ভগৱানে সুদূৰ অতীততে ঘোষণা কৰিছিল যে ভাৰতত যেতিয়াই ধৰ্মৰ গ্লানি হ’ব, সমাজ অন্যায়-অনীতিয়ে

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

ভাষা আৰু বিশ্বাস : কিছু বিক্ষিপ্ত চিন্তা

(১) ইংৰাজী কোৱা দেশবিলাকতো ফেঁচা আছে। আমাৰ ইয়াত ফেঁচাই ‘নিউ’ (নিওঁ) বুলি মাতিলে আমি গম পাই যাওঁ – হয়, কাৰোবাক ‘নিব’, অৰ্থাৎ কাৰোবাৰ মৃত্যু হ’ব। ইংৰাজীভাষী দেশত ফেঁচাই ‘নিউ’ (new) বুলি মাতিলে মানুহে চাগে ভাবে – হয়, কিবা ‘নতুন’ ঘটনা

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

যুক্তিবাদ সম্পৰ্কে এটা অসম্পূৰ্ণ টোকা

ঈশ্বৰৰ শ্ৰাদ্ধতেই যুক্তিবাদীৰ কৰ্তব্য শেষ নহয়৷ যুক্তিবাদৰ পৰিসৰ ইয়াতকৈ বহুগুণে গভীৰ আৰু ব্যাপক৷ কিন্তু আমাৰ বহুতাে যুক্তিবাদীৰ চিন্তা ভল্টেয়াৰীয় স্তৰতে সীমাবদ্ধ হৈ আছে৷ আলােকদীপ্তিৰ যুগৰ যুক্তিৰ সৰ্বোচ্চ কৰ্তৃত্বত বিশ্বাস, প্ৰগতিৰ ওপৰত দ্বিধাহীন আস্থা আৰু ব্যক্তিজীৱনৰ পূৰ্ণাংগ বিকাশৰ ধাৰণাক চিৰন্তন বুলি

Rate this:

Tagged with: , , , , , , , , ,
Posted in প্ৰবন্ধ