Blog Archives

প্ৰসংগ : ভাৰতীয় ভাবাদৰ্শ

  প্ৰসিদ্ধ মাৰ্ক্সবাদী পণ্ডিত পেৰি এণ্ডাৰ্ছনৰ The Indian Ideology নামৰ এখন আমোদজনক কিতাপ প্ৰকাশ পাইছে। Three Essays Collective নামৰ প্ৰকাশনটোৱে ২০১২ চনৰ অক্টোবৰত প্ৰকাশ কৰা কিতাপখন ভাৰতবৰ্ষ সম্পৰ্কে তিনিখন দীঘল ৰচনাৰ সংকলন। পিছে ভাৰতীয় ভাবাদৰ্শনো কি? ভাৰতৰ এচাম বুদ্ধিজীৱীয়ে প্ৰচাৰ

Rate this:

Tagged with: , , , , , , , , , ,
Posted in গ্ৰন্থ সমালোচনা

জাতীয়তাবাদী ইতিহাসৰ সমস্যা

অলপতে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত হোৱা মণিৰাম দেৱান সম্পৰ্কীয় এটা বেছ ছিৰিয়াছ বিতৰ্ক কিছু দূৰলৈ অনুসৰণ কৰিছিলো। বিতৰ্কটোৰ বিষয় আছিল এইধৰণৰ : স্বাধীনতা সংগ্ৰামী বুলি বন্দিত মণিৰাম দেৱান প্ৰকৃতাৰ্থত দেশপ্ৰেমিক আছিলনে,তেওঁৰ চিন্তা আৰু কাৰ্যকলাপত অন্তৰ্নিহিত হৈ থকা স্বাৰ্থচিন্তা তথা সুবিধাবাদৰ

Rate this:

Tagged with: , , , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ

জয়মতী সম্পৰ্কে কিছু কথা

এইটো বিদ্যায়তনিকভাৱে প্ৰতিষ্ঠিত সত্য যে জয়মতী চৰিত্ৰটো তথা জীৱন-কাহিনীটো সম্পৰ্কে পৰ্যাপ্ত ঐতিহাসিক সমলৰ অভাৱ। পুৰণি বুৰঞ্জীসমূহত চৰিত্ৰটোৰ কোনো উল্লেখ পোৱা নাযায়। এই সংক্ৰান্তত জে. এম. ফ’ষ্টাৰে কাশীনাথ তামুলীফুকনৰ বুৰঞ্জীখনৰ যিটো আৰম্ভণিৰ সংস্কৰণৰ কথা উল্লেখ কৰিছে সেইটোও পাবলৈ নাই। সেইবাবে চৰিত্ৰটো

Rate this:

Tagged with: , , , , , , , , , , ,
Posted in প্ৰবন্ধ

মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা

১. দেখা গৈছে যে ইছলামিক মৌলবাদৰ বিৰুদ্ধে গৰজি উঠা হিন্দুত্ববাদীসকলে জাতি ৰক্ষাৰ কথা কৈছে; আনহাতে, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ উভয়ৰ বিৰুদ্ধে থিয় দিয়াসকলেও জাতি ৰক্ষাৰ কথাকেই কৈছে। কথা হ’ল, জাতিৰ ধাৰণাটোক প্ৰশ্নৰ ঊৰ্ধত ৰাখি মৌলবাদ তথা সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে তত্ত্বগত প্ৰত্যাহ্বান

Rate this:

Tagged with: , , , , , , , , , , , , , , , , , , , , , , , , ,
Posted in প্ৰবন্ধ