এটা কথা নিশ্চয়কৈ ন দি ক’ব পাৰি যে সদ্যপ্ৰয়াত লতা মংগেশকাৰ আছিল ভাৰতৰ সবাতোকৈ জনপ্ৰিয় কণ্ঠশিল্পী। সৰ্বাধিক জনপ্ৰিয়তাৰ কথাটোক লৈ কিছু ক্ষেত্ৰত প্ৰশ্নৰ উত্থাপন হ’ব পাৰে, কিন্তু শেষ অৰ্থত এইটোক লৈ কোনো সন্দেহ নাই যে ইমানটা দশক ধৰি ভাৰতৰ সংগীত…
এটা কথা নিশ্চয়কৈ ন দি ক’ব পাৰি যে সদ্যপ্ৰয়াত লতা মংগেশকাৰ আছিল ভাৰতৰ সবাতোকৈ জনপ্ৰিয় কণ্ঠশিল্পী। সৰ্বাধিক জনপ্ৰিয়তাৰ কথাটোক লৈ কিছু ক্ষেত্ৰত প্ৰশ্নৰ উত্থাপন হ’ব পাৰে, কিন্তু শেষ অৰ্থত এইটোক লৈ কোনো সন্দেহ নাই যে ইমানটা দশক ধৰি ভাৰতৰ সংগীত…
মহাত্মা গান্ধীক যদিও ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মুখ্য নেতা তথা জাতিৰ পিতা বুলি অভিহিত কৰা হয়, তথাপি স্বাধীন ভাৰতত যি জাতি-ৰাষ্ট্ৰ প্ৰতিষ্ঠা হ’ল তাৰ ঘাই জনক জৱাহৰলাল নেহৰুহে। ছেকুলাৰ-আধুনিকতাবাদী আৰু উন্নয়নবাদী এই জাতি-ৰাষ্ট্ৰৰ নীতি-নিয়মসমূহ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত মূল মতাদৰ্শগত ভূমিকা পালন…
হোজাইৰ উদালি অঞ্চলত এটা সংগীতানুষ্ঠান হোৱাৰ কথা আছিল। তাৰ বাবে প্ৰস্তুতি চলি থকাৰ অৱস্থাতে এদিন সেই অঞ্চলৰে কিছুসংখ্যক মুছলমানধৰ্মী লোকে এখন ‘বিশেষ গোহাৰি’ ৰাইজৰ মাজত বিতৰণ কৰিলে। এই লোকসকলৰ ভালেসংখ্যক হ’ল ধৰ্মীয় অনুষ্ঠান আৰু মাদ্ৰাছা শিক্ষানুষ্ঠানৰ সৈতে জড়িত। ‘গোহাৰি’খনত লিখা…
হিন্দুত্ব বা হিন্দু জাতীয়তাবাদ হ’ল বৰ্তমান ভাৰতৰ আটাইতকৈ সংগঠিত আৰু শক্তিশালী ৰাজনৈতিক শক্তি। ই হ’ল এটা বহুলব্যাপ্ত গণ আন্দোলন। সমাজৰ ক্ষুদ্ৰ বা বিশেষ কিছু অংশৰ মাজত আবদ্ধ ই এটা সংকীৰ্ণ প্ৰতিক্ৰিয়াশীল শক্তি মাত্ৰ নহয়, নতুবা ই কোনো এলিট ষড়যন্ত্ৰ বা…
কেন্দ্ৰত শাসনাসীন হিন্দু জাতীয়তাবাদী চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাত ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ প্ৰাতিষ্ঠানিক হত্যাকাণ্ডই প্ৰথমে দেশজুৰি আলোড়ন তোলাৰ সময়ছোৱাত অসমৰ প্ৰভাৱশালী উদাৰ জাতীয়তাবাদী তথা বাঁও-গণতান্ত্ৰিক কোনো শিবিৰতে বিশেষ আৰু আশানুৰূপ প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাছিল, কিছুসংখ্যক ব্যক্তিৰ কথা বাদ…
হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অলপতে ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ আত্মহত্যাৰ ঘটনাই ইতিমধ্যে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ তুলিছে। হিন্দুত্ববাদী শাসনাসীন চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ঘটা এই ঘটনাক আমি নিঃসন্দেহে প্ৰাতিষ্ঠানিক হত্যা আখ্যা দিব পাৰো। সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এয়া এক কেন্দ্ৰীয়…
১. দেখা গৈছে যে ইছলামিক মৌলবাদৰ বিৰুদ্ধে গৰজি উঠা হিন্দুত্ববাদীসকলে জাতি ৰক্ষাৰ কথা কৈছে; আনহাতে, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ উভয়ৰ বিৰুদ্ধে থিয় দিয়াসকলেও জাতি ৰক্ষাৰ কথাকেই কৈছে। কথা হ’ল, জাতিৰ ধাৰণাটোক প্ৰশ্নৰ ঊৰ্ধত ৰাখি মৌলবাদ তথা সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে তত্ত্বগত প্ৰত্যাহ্বান…