Blog Archives

আকৌ এন আৰ চি : অসমীয়া-বাঙালী সংঘাত প্ৰসংগ

এন আৰ চিক কেন্দ্ৰ কৰি অসমীয়া আৰু বাঙালীৰ মাজৰ সম্পৰ্কটো ক্ৰমাৎ অধিক তিক্ত হৈ পৰিছে। ভিতৰি ভিতৰি বাঢ়ি আহিছে অবিশ্বাস আৰু বিদ্বেষ। এই পৰিবেশৰ মাজত আমি থোৰতে দুটামান কথা ক’ব খুজিছো। এই বিষয়টো সম্পৰ্কে আমাৰ বক্তব্য ইতিমধ্যে ভালেকেইটা লেখাত প্ৰকাশ

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

অসমীয়া-বাঙালী সংঘাত : এক সম্ভৱপৰ ৰাজনীতিৰ সন্ধান

অসমৰ অসমীয়া জাতি আৰু বাঙালী জাতিৰ মাজত, বা আন ভাষাত, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত চলি অহা দীৰ্ঘদিনীয়া সংঘাত নিৰাময়ৰ বাবে কোনোধৰণৰ আদৰ্শনীয় ৰাজনীতি (ideal politics) সম্ভৱ নহয় বুলি আমাৰ ধাৰণা। ভৱিষ্যতে কোনোবাদিনা দুইটা জাতিৰ মাজত থকা অবিশ্বাস, বিদ্বেষ

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

বাঙালী প্ৰগতিশীলসকলৰ বিষয়ে দুটামান কথা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ চলি থকাৰ সময়ছোৱাত বহুসংখ্যক প্ৰগতিশীল বাঙালী ব্যক্তি তথা সংগঠনেই এক ভণ্ডামি তথা দ্বিচাৰিতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ বহুতেই অসমীয়া প্ৰগতিশীল শিবিৰক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লৈছে৷

Rate this:

Tagged with: ,
Posted in সানমিহলি

এন আৰ চি, অসমীয়া আৰু বাঙালী : কেইটামান কথা

যোৱা ৩১ ডিচেম্বৰ, ২০১৭ত এন আৰ চিৰ প্ৰথমটো খচৰা প্ৰকাশ পোৱাৰ পাছৰ উৎকণ্ঠা আৰু খেলিমেলিৰে পূৰ্ণ পৰিবেশত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সম্পৰ্কত প্ৰকাশ কৰা বক্তব্য আৰু তৎপৰৱৰ্তী ক্ৰিয়া-প্ৰতিক্ৰিয়াবিলাকে অধিক জটিলতাৰ সৃষ্টি কৰিছে। তেওঁ ক’লে যে অসমৰ এন আৰ

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ