(যোৱা কিছু দিন ধৰি নামনি অসমত সোপাধৰা আৰু পিছল মানুহ নে তেনে কিবা দুবিধ ৰহস্যময়/অলৌকিক শক্তিধাৰী বস্তু ওলাইছে বুলি ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। য’তে-ত’তে বিভিন্ন অসহায়-দুৰ্ভগীয়া লোকক সেই বুলি সন্দেহ কৰি নৃশংসভাৱে ৰাজহুৱাকৈ মাৰধৰ কৰা হৈছে। এয়া নিঃসন্দেহে এক…