Blog Archives

যৌতুক নে সম্পদৰ অধিকাৰ?

আমাৰ যৌতুক সম্পৰ্কীয় আলোচনা বা তৰ্ক-বিতৰ্কবিলাকত এটা মৌলিক প্ৰশ্নৰ অনুপস্থিতি সদায়েই দেখা যায়। যৌতুক দিয়া বা লোৱাৰ ঔচিত্য তথা তাৰ লগত জড়িত অপৰাধৰ প্ৰশ্নৰেই এইসমূহ আৰম্ভণিও হয় আৰু শেষো হয়। কিন্তু তাৰ সৈতে জড়িত – সম্পদৰ ওপৰত নাৰীৰ অধিকাৰৰ প্ৰশ্নটো

Rate this:

Posted in সানমিহলি

ধৰ্ম আৰু ৰাজনীতি : দুটামান কথা

(ক) ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্ক তথা ‘ধৰ্মীয় ৰাজনীতি’ সম্পৰ্কে বিদ্যায়তনিক মহলত ইমান দিনে জনপ্ৰিয় হৈ অহা ধাৰণাত এই দুইটাকে সমাজৰ দুটা পৃথক বলয় হিচাপে আৰু এটাৰ মাজত আনটোৰ প্ৰবেশক অবাঞ্ছনীয় তথা ক্ষতিকৰ বুলি গণ্য কৰা হৈ আহিছে। আধুনিকতাৰ জনপ্ৰিয়

Rate this:

Tagged with: , ,
Posted in সানমিহলি

মেৰিট সম্পৰ্কে কেইটামান বাক্য

মেৰিট বুলি যাক আমি কওঁ সেয়া হ’ল অন্তৰ্নিহিতভাৱেই এক সামাজিক বস্তু৷ সি হ’ল এক সামাজিক নিৰ্মাণ, সামাজিক প্ৰয়োজনতে যাৰ সৃষ্টি হয়৷ ঊৰ্ধ্বমুখী সামাজিক গতিশীলতাৰ সোপানৰূপে নতুবা সামাজিক অৱস্থান সংৰক্ষণৰ ভেটিৰূপে সি সামাজিক ভূমিকা পালন কৰে৷ আমাৰ নিচিনা সামাজিক পৰিবেশত মেট্ৰিক

Rate this:

Posted in সানমিহলি

ঐতিহ্যমণ্ডিত বনাম ঐতিহ্যবঞ্চিত

ঐতিহ্য এটা বৰ সমস্যাজনক বস্তু। তাক পালেই ভাঙিব লাগে। ভিতৰত কিবা ভাল মাল-মুতুং থাকিলে ৰৈ যাব। নহ’লে ভাগি খতম হৈ যাব। ঐতিহ্যনো কাৰ নাই? আমাৰ ঘৰৰ ওচৰৰে কালি মন্দিৰটোৰ ডেৰশবছৰীয়া ঐতিহ্য আছে। সন্মুখৰ গেলামাল দোকানখনৰ সোণালী জয়ন্তী হৈ গৈছে। আজোককাই

Rate this:

Posted in সানমিহলি

বুদ্ধিজীৱীৰ প্ৰকাৰভেদ

লিখাৰ ঠাই আৰু সেই ঠাইৰ উষ্ণতাৰ ভিত্তিত বুদ্ধিজীৱীসকলক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। যিসকল বুদ্ধিজীৱীয়ে ড‌্ৰয়িং ৰুমত লিখে, তেওঁলোকক ড্ৰয়িং ৰুমৰ বুদ্ধিজীৱী বোলা হয়। যিসকল বুদ্ধিজীৱীয়ে শোৱা ৰুমত লিখে, তেওঁলোকক শোৱা ৰুমৰ বুদ্ধিজীৱী বোলা হয়। যিসকল বুদ্ধিজীৱীয়ে পাকঘৰত লিখে, তেওঁলোকক

Rate this:

Posted in সানমিহলি

খিলঞ্জীয়া কোন বে?

খিলঞ্জীয়া বাগধাৰাটোৱে অসমৰ সমাজ-ৰাজনীতিত বৰ গণ্ডগোল লগাই আহিছে। সেইটো ভাঙি পেলাব লাগে। বৰ্তমান অসমত বাস কৰা সকলো জাতি-জনগোষ্ঠীক সামৰি খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ণয় কৰিবলৈ গ’লে সেইটোৰ কোনো অৰ্থ নাথাকে বা সেইটো কোনো কামত নাহে। কিন্তু নিৰ্ণয়ৰ সময় যিমানেই অতীতলৈ টানি নিয়া

Rate this:

Posted in সানমিহলি

অভিনন্দন অখিল গগৈ

অখিল গগৈৰ বিধানসভালৈ নিৰ্বাচন সাম্প্ৰতিক অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। এই ঘটনাক বাদ দি এইবাৰৰ নিৰ্বাচনটোত ৰাজনৈতিকভাৱে নতুন বুলিবলৈ একো নাই। সি এটা পুনৰাবৃত্তি মাত্ৰ। প্ৰকৃততে ২০১৪ চনৰ পাছত ইমান দিনে অসমৰ ৰাজনীতিত দুটাই নতুন ঘটনা ঘটিল – প্ৰথমটো

Rate this:

Posted in সানমিহলি

আচল বিহু ক’ত?

বহুতো বিহু মঞ্চ ঘূৰিলো, বহুতো ষ্টুডিঅ’ চলাথ কৰিলো বিহু চাই চাই। কিন্তু আচল বিহু ক’তো নাপালো। নাই ক’তো বিহুৰ মুক্ত উন্মাদনা, বিহুৰ কেঁচা ৰাগি। বহু মঞ্চত দেখিলো কেৱল কঠোৰ সামৰিক শৃংখলাৰ কুচকাৱাজ। হুঁচৰি নহয় যেন সেয়া সেনাৰ মাৰ্চ পাষ্টহে। বিহুটোলৈ

Rate this:

Posted in সানমিহলি

আজমল‌ বন্দনা

আজমল এজন মানুহ নহয়, সি এটা প্ৰতীক। আজমল নামৰ তেজ-মঙহৰ মানুহজনৰ সৈতে তাৰ সম্পৰ্ক নাই বুলিব‌ই পাৰি। কিয়নো সি কোনোধৰণে মানুহজনৰ ওপৰত নিৰ্ভৰ নকৰে বা মানুহজনে তাক ইচ্ছা মতে নিয়ন্ত্ৰণ কৰিব‌ও নোৱাৰে। কিন্তু এইখন অসমত আজমলৰ লগত তুলনা কৰিব পৰা

Rate this:

Tagged with: , , ,
Posted in সানমিহলি

দিল্লীৰ কৃষক আন্দোলনৰ বিষয়ে দুটামান কথা

তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত বহুদিন ধৰি চলি থকা কৃষক আন্দোলনটোক লৈ মোৰ এটাই অনুভৱ যে ই বৰ ট্ৰেজিকভাৱে শেষ হ’বলৈ গৈ আছে। সাম্প্ৰতিক ভাৰতৰ সংগ্ৰামী ইতিহাসৰ ই হয়তো আটাইতকৈ ডাঙৰ ট্ৰেজেডিত পৰিণত হ’বলৈ অগ্ৰসৰ হৈছে। মোৰ অনুভৱ ভুল

Rate this:

Posted in সানমিহলি