এটা কথা নিশ্চয়কৈ ন দি ক’ব পাৰি যে সদ্যপ্ৰয়াত লতা মংগেশকাৰ আছিল ভাৰতৰ সবাতোকৈ জনপ্ৰিয় কণ্ঠশিল্পী। সৰ্বাধিক জনপ্ৰিয়তাৰ কথাটোক লৈ কিছু ক্ষেত্ৰত প্ৰশ্নৰ উত্থাপন হ’ব পাৰে, কিন্তু শেষ অৰ্থত এইটোক লৈ কোনো সন্দেহ নাই যে ইমানটা দশক ধৰি ভাৰতৰ সংগীত…
এটা কথা নিশ্চয়কৈ ন দি ক’ব পাৰি যে সদ্যপ্ৰয়াত লতা মংগেশকাৰ আছিল ভাৰতৰ সবাতোকৈ জনপ্ৰিয় কণ্ঠশিল্পী। সৰ্বাধিক জনপ্ৰিয়তাৰ কথাটোক লৈ কিছু ক্ষেত্ৰত প্ৰশ্নৰ উত্থাপন হ’ব পাৰে, কিন্তু শেষ অৰ্থত এইটোক লৈ কোনো সন্দেহ নাই যে ইমানটা দশক ধৰি ভাৰতৰ সংগীত…
বৰ্তমান সময়ছোৱাক বুজি পাবৰ বাবে, বৰ্তমানৰ বিশ্ব পৰিস্থিতি হৃদয়ংগম কৰিবৰ বাবে কোন কোন চিন্তাবিদৰ কাষ চাপিব লাগিব বুলি যদি প্ৰশ্ন কৰা হয়, তেন্তে এণ্টনিঅ’ গ্ৰামশ্চিৰ নাম নিশ্চিতভাৱেই প্ৰথম শাৰীতেই আহিব। গ্ৰামশ্চি আছিল ইটালিৰ এজন কমিউনিষ্ট বিপ্লৱী আৰু দাৰ্শনিক। গ্ৰামশ্চিয়ে যি…
প্ৰব্ৰজনক লৈ যুগ যুগ ধৰি তালফাল লগাই আহিছো যদিও আভ্যন্তৰীণ প্ৰব্ৰজনৰ বিষয়ে আমি কোনোদিন ৰাজনৈতিক বাৰ্তালাপ কৰা নাই। কোনোবা দুই-এজনে বিদ্যায়তনিক অধ্যয়ন ক’ৰবাত কৰিছে সেইটো বেলেগ কথা, কিন্তু সি কেতিয়াও অসমৰ ৰাজনীতিৰ বিষয় হৈ উঠা নাই। বানপানী, গৰাখহনীয়া, আন প্ৰাকৃতিক…
একবিংশ শতিকাৰ তৃতীয় দশকত থিয় হৈ আজি আলফাক সমালোচনা কৰিবলগীয়া একো নাই। কিয়নো ইতিহাসৰ সেই অধ্যায়টো আমি ইতিমধ্যেই পাৰ কৰি আহিছো – আলফাৰ তেজেধোৱা কাহিনী, তাৰ সফলতা-বিফলতা আৰু ভুল-শুদ্ধ আমি কাহানিবাই দেখি আহিছো। গতিকে তাক নতুনকৈ সমালোচনা কৰাটো ঐতিহাসিকভাৱে ইতিমধ্যে…
এদিন এখন ধাবাত ভাত খাবলৈ বুলি সোমাইছো। অলপ উচ্চ স্বৰত বাজি আছে লোকেল চুলাই-খ্যাত ত্ৰৈলোক্য সোণোৱালৰ পেৰডি গান এটা – ‘মিছকল মাৰি মাৰি মাৰি মাৰি/অ’ ভণ্টী টেষ্টিং কৰি চাওঁ/পুৰণাজনীক এৰি নতুন নতুন কণ্টেক্ট কৰি/ছোৱালীৰ লগত চেনি খাওঁ’ (মূল গান :…
ডাক্তৰ : তোমাৰ জীৱনৰ আৰু দহ মিনিট বাকী আছে। এই শেষ মুহূৰ্তত তুমি যি ইচ্ছা কৰি লোৱা। কথাটো শুনাৰ লগে লগেই ডেকাজনে ম’বাইলত ‘মন যায়’ লগাবলৈ আৰম্ভ কৰি দিলে। ডাক্তৰ : কিন্তু এই গানটোতো দহ মিনিট একচল্লিছ ছেকেণ্ডৰ? ভগৱান :…
অসমৰ সমাজ-সংস্কৃতিত ইলেক্ট্ৰনিক মেডিয়াৰ ৰাজত্ব আৰম্ভ হোৱাৰ লগে লগেই অসমীয়া সংগীত উদ্যোগৰো গুণগত ৰূপান্তৰ ঘটিল। টিভিৰ মজিয়াখনেই সংগীত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল – ইয়াৰপৰাই সংগীতৰ প্ৰচাৰ চলিল, নতুন সংগীত শিল্পী ওলাই আহিল, কিছুমান পৰীক্ষা-নিৰীক্ষাও চলিল। জনপ্ৰিয় পুৰণি শিল্পীসকলৰ বহুতেই নতুন…
শেহতীয়া সময়ছোৱাত ভাৰতবৰ্ষত সমাজৰ গণতান্ত্ৰিকীকৰণত ছ’চিয়েল মেডিয়াই এটা মৌলিক ভূমিকা পালন কৰি আহিছে। সমাজৰ প্ৰতিষ্ঠিত ক্ষমতা-কাঠামোসমূহক অতিক্ৰম কৰি গণতন্ত্ৰৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি কৰাৰ জৰিয়তে ছ’চিয়েল মেডিয়াই যি ৰূপান্তৰৰ সূচনা কৰিছে, তাক সমসাময়িক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা বুলি অভিহিত কৰিব পাৰি।…
ক’ৰ’না ভাইৰাছে সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত আমাৰ চৰকাৰে গ্ৰহণ কৰা লকডাউন তথা অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ সকলোৱে মানি চলিব লাগে আৰু সিবিলাকৰ প্ৰতি যথাসম্ভৱ সহযোগিতা আগ বঢ়াব লাগে। এই লৈ কোনোধৰণৰ দ্বিমত থাকিব নালাগে। এনে পৰিস্থিতিত সকলোৱে…
অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ বিৰুদ্ধে তুমুল প্ৰতিবাদী আন্দোলন যোৱা ভালেছোৱা সময় ধৰি চলি আহিছে। তাৰ মাজতে বিধেয়ক সংসদত গৃহীত হৈ আইনলৈ ৰূপান্তৰিত হ’ল যদিও অসমত হৈ থকা আন্দোলনৰ কোনো হীন-দেৰি ঘটা নাই। দেশৰ সংসদে নিয়মানুযায়ী গৃহীত কৰাৰ পাছতো অসমৰ…