
নাৰীবাদী লেখক নিবেদিতা মেননৰ Recovering Subversion: Feminist Politics beyond the Law (2004; Permanent Black) গ্ৰন্থখন ভাৰতীয় নাৰীবাদী চিন্তাৰ এখন উল্লেখযোগ্য গ্ৰন্থ। গ্ৰন্থখনৰ বিষয় হ’ল আইন আৰু নাৰীবাদী ৰাজনীতিৰ মাজৰ সম্পৰ্ক। ভাৰতীয় নাৰীবাদীসকলে যোৱা সময়ছোৱাত আইন আৰু ৰাষ্ট্ৰৰ সৈতে কিদৰে মোকাবিলা…