Yearly Archives: 2018

এক বিকল্প যৌন ৰাজনীতিৰ সন্ধানত

ভাৰতীয় দণ্ড বিধিৰ ৩৭৭ নং অনুচ্ছেদটো অসাংবিধানিক, অযুক্তিকৰ আৰু উদ্ভট বুলি ঘোষণা কৰি যোৱা ৬ ছেপ্টেম্বৰ, ২০১৮ তাৰিখে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টো নিঃসন্দেহে ভাৰতৰ ৰাষ্ট্ৰ আৰু সমাজ উভয়ৰ বাবেই এটা যুগান্তকাৰী ৰায়। ঔপনিবেশিক যুগত ১৮৬২ চনৰপৰা কাৰ্যকৰী হোৱা ভাৰতীয় দণ্ড

Rate this:

Tagged with: , , , , ,
Posted in প্ৰবন্ধ

এন আৰ চি : সমস্যা আৰু সম্ভাৱনা

এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ কিছু পূৰ্বৰপৰা আৰু বিশেষকৈ যোৱা ৩০ জুলাই, ২০১৮ তাৰিখে সেই খচৰা প্ৰকাশ পোৱাৰ পাছৰপৰা অসমৰ ভিতৰ আৰু বাহিৰৰ বিভিন্ন শক্তিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু সংবাদ মাধ্যমৰ হৈ-হাল্লাৰ ফলস্বৰূপে এক ধুঁৱলি-কুঁৱলি পৰিবেশৰ সৃষ্টি হৈছে। একপ্ৰকাৰ ৰাজনৈতিক অচলাৱস্থাৰ

Rate this:

Posted in প্ৰবন্ধ

আকৌ এন আৰ চি : অসমীয়া-বাঙালী সংঘাত প্ৰসংগ

এন আৰ চিক কেন্দ্ৰ কৰি অসমীয়া আৰু বাঙালীৰ মাজৰ সম্পৰ্কটো ক্ৰমাৎ অধিক তিক্ত হৈ পৰিছে। ভিতৰি ভিতৰি বাঢ়ি আহিছে অবিশ্বাস আৰু বিদ্বেষ। এই পৰিবেশৰ মাজত আমি থোৰতে দুটামান কথা ক’ব খুজিছো। এই বিষয়টো সম্পৰ্কে আমাৰ বক্তব্য ইতিমধ্যে ভালেকেইটা লেখাত প্ৰকাশ

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

অসমীয়া-বাঙালী সংঘাত : এক সম্ভৱপৰ ৰাজনীতিৰ সন্ধান

অসমৰ অসমীয়া জাতি আৰু বাঙালী জাতিৰ মাজত, বা আন ভাষাত, ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত চলি অহা দীৰ্ঘদিনীয়া সংঘাত নিৰাময়ৰ বাবে কোনোধৰণৰ আদৰ্শনীয় ৰাজনীতি (ideal politics) সম্ভৱ নহয় বুলি আমাৰ ধাৰণা। ভৱিষ্যতে কোনোবাদিনা দুইটা জাতিৰ মাজত থকা অবিশ্বাস, বিদ্বেষ

Rate this:

Tagged with: ,
Posted in প্ৰবন্ধ

বাঙালী প্ৰগতিশীলসকলৰ বিষয়ে দুটামান কথা

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত বিপৰীতধৰ্মী প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ চলি থকাৰ সময়ছোৱাত বহুসংখ্যক প্ৰগতিশীল বাঙালী ব্যক্তি তথা সংগঠনেই এক ভণ্ডামি তথা দ্বিচাৰিতাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ তেওঁলোকৰ বহুতেই অসমীয়া প্ৰগতিশীল শিবিৰক আক্ৰমণৰ প্ৰধান লক্ষ্য কৰি লৈছে৷

Rate this:

Tagged with: ,
Posted in সানমিহলি

নাগৰিকত্ব সংশোধনী বিধেয়ক-বিৰোধী প্ৰতিবাদ আৰু প্ৰাসংগিক কিছু প্ৰশ্ন

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে এই সময়ছোৱাত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ব্যাপক প্ৰতিবাদ ধ্বনিত হৈছে। বহল অৰ্থত এই প্ৰতিবাদৰ প্ৰধান কৃতিত্বটো হ’ল এই যে ই উক্ত আইনখনৰ বিৰোধিতাক এক জাতীয়-জনপ্ৰিয় স্তৰত প্ৰতিষ্ঠা কৰিছে। এই বিৰোধিতাৰ কিমানখিনি বিজেপি-আৰ এছ এছৰ ৰাজনীতিৰ সামগ্ৰিক

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

ধৰ্ষণ আৰু তৎজনিত গণহত্যা : একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি

“ফ্লৰিডাত বলাৎকাৰী নিগ্ৰোক শূলত তুলি জ্বলাই হত্যা : বলাৎকাৰীজনক জে’লৰপৰা বলেৰে উলিয়াই অনা হ’ল, গণপ্ৰহাৰ কৰি শৰীৰ ছিন্ন-ভিন্ন কৰি পেলোৱা হ’ল, তাৰ পাছত উগ্ৰ প্ৰতিহিংসাৰে তাক জ্বলাই দিয়া হ’ল৷” “বলাৎকাৰী নিগ্ৰোজনক হাবিৰ মাজলৈ নিয়াৰ পাছত তেওঁৰ যৌনাংগটো কাটি পেলোৱা হ’ল৷

Rate this:

Tagged with: ,
Posted in সানমিহলি

যৌন কৰ্ম আৰু যৌন কৰ্মী : কিছু প্ৰাৰম্ভিক কথা

যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ বিষয়ে আমি প্ৰায়ে এনেভাৱে নীৰৱতা অৱলম্বন কৰো যেন সিবোৰৰ অস্তিত্বই নাই। সাহিত্যই-চিনেমাই উল্লেখ থাকিলেও আৰু এইডছ-কেন্দ্ৰিক যৌনতাৰ বাগধাৰা তথা মানৱ সৰবৰাহৰ বাগধাৰাত আলোচিত হ’লেও সামাজিক-ৰাজনৈতিক চিন্তাত যৌন কৰ্ম আৰু যৌন কৰ্মীসকলৰ প্ৰসংগ পাবলৈ টান। ইয়াৰ

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ

নাৰীয়ে কিয় মদ খাব লাগে

নাৰীয়ে মদ খাব লাগে৷ লুকাই-চুৰকৈ নহয়, সকলোৱে দেখাকৈ খাব লাগে৷ কেতিয়াবা বমি কৰাকৈও খাব লাগে৷ কেতিয়াবা খালে-ডোঙে পৰি থকাকৈও খাব লাগে৷ মদ খাই ৰাজহুৱা জেগাত বমি কৰি দিবলৈ বা পৰি থাকিবলৈ দম লাগে৷ সেয়া এতিয়া একমাত্ৰ পুৰুষৰহে আছে৷ নাৰীৰ সিমানখিনি

Rate this:

Posted in সানমিহলি

এন আৰ চি, অসমীয়া আৰু বাঙালী : কেইটামান কথা

যোৱা ৩১ ডিচেম্বৰ, ২০১৭ত এন আৰ চিৰ প্ৰথমটো খচৰা প্ৰকাশ পোৱাৰ পাছৰ উৎকণ্ঠা আৰু খেলিমেলিৰে পূৰ্ণ পৰিবেশত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সম্পৰ্কত প্ৰকাশ কৰা বক্তব্য আৰু তৎপৰৱৰ্তী ক্ৰিয়া-প্ৰতিক্ৰিয়াবিলাকে অধিক জটিলতাৰ সৃষ্টি কৰিছে। তেওঁ ক’লে যে অসমৰ এন আৰ

Rate this:

Tagged with: , ,
Posted in প্ৰবন্ধ